নামিবিয়াক হৰুৱায়ো টীম ইণ্ডিয়াৰ বিমৰ্ষ বিদায়

উৎসাহহীন বিজয়েৰে টি-২০ বিশ্বকাপৰ পৰা ব্যৰ্থ মনোৰথেৰে বিদায় ল’লে টীম ইণ্ডিয়াই। কেৱল আনুষ্ঠানিকতাৰ বাবে নামিবিয়াৰ বিৰুদ্ধে বিদায়ী মেচত ৯ উইকেটত প্ৰত্যাশিত বিজয় সাব্যস্ত কৰে ভাৰতে।পোনতে বেট ধৰি ২০ অ’ভাৰত ৮ টা উইকেট হেৰুৱাই ১৩২ ৰান সংগ্ৰহ কৰা নামিবিয়াক ১৫.২ অ’ভাৰতে ১ টা উইকেটৰ বিনিময়ত ১৩৬ ৰানেৰে অতি সহজেই পৰাজিত কৰে ভাৰতে। তথাপিও ব্যৰ্থ মনোৰথেৰে বিদায়ৰ ক্ষণত টীম ইণ্ডিয়াৰ বাবে নাথাকিল বিজয়ৰ উছাহ।।

You might also like
Leave A Reply

Your email address will not be published.