নিগম-নিকায়ৰ ক’ত কাক দায়িত্ব?

ৰাজ্য চৰকাৰৰ নিগম-নিকায় সমূহৰ অধ্যক্ষ নিযুক্তি‐

▶️GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা
▶️গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া
▶️মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস
▶️ভৈয়াম জনজাতি উন্নয়নৰ অধ্যক্ষ ৰমাকান্ত দেউৰী
▶️অন্যান্য পিছপৰা শ্ৰেণী নিগমৰ অধ্যক্ষ নৱনীতা সন্দিকৈ
▶️অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাস
▶️অসম বিত্তীয় নিগমৰ অধ্যক্ষ নিযুক্তি বিজয় গুপ্তাক
▶️ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য-সচিব পবিত্ৰ মাৰ্ঘেৰিটা
▶️অসম মাৰ্কেটিং নিগমৰ অধ্যক্ষ নিযুক্ত অশোক সিংঘী
▶️অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব সীমান্ত শেখৰক
▶️DNPৰ অধ্যক্ষ ৰূপম গোস্বামী
▶️পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা
▶️চাহ নিগমৰ অধ্যক্ষৰ দায়িত্ব ৰাজদ্বীপ গোৱালাক
▶️ASTCৰ অধ্যক্ষ মিছন ৰঞ্জন দাস
▶️AIDCৰ অধ্যক্ষ প্ৰশান্ত ফুকন
▶️গৃহ নিৰ্মাণৰ অধ্যক্ষ পুলক গোহাঁই
▶️ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়
▶️হাইড্ৰ’-কাৰ্বন এনাৰ্জীৰ অধ্যক্ষৰ দায়িত্ব হিৰণ্য কোঁৱৰক
▶️পণ্য সামগ্ৰী নিগমৰ অধ্যক্ষৰ দায়িত্ব নিৰেণ বৈশ্যক
▶️খনি উন্নয়ন নিগমৰ অধ্যক্ষ ৰণগৌৰা নাৰ্জাৰী
▶️VDPৰ উপদেষ্টা ৰঞ্জিত মজুমদাৰ
▶️জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব প্ৰদীপ ঠাকুৰীয়াক
▶️ফিছফেডৰ অধ্যক্ষৰ দায়িত্ব সুশীলা হাজৰিকাক
▶️অসম ক্ৰীড়া প্ৰাধীকৰণৰ উপাধ্যক্ষৰ দায়িত্ব লক্ষ্য কোঁৱৰক
▶️কলাক্ষেত্ৰ সমাজৰ উপাধ্যক্ষৰ দায়িত্ব জিতুল সোণোৱালক
▶️ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব শিলাদিত্য দেৱক
▶️ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰূপে নিযুক্তি হেমপ্ৰভা বৰঠাকুৰক
▶️সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব হবিব মহম্মদ চৌধুৰীক
▶️হাঁহ-কুকুৰা পালন নিগমৰ অধ্যক্ষৰ দায়িত্ব মনোজ শইকীয়াক
▶️বীজ নিগমৰ অধ্যক্ষ প্ৰৱীণ হাজৰিকা
▶️বাণিজ্য উন্নয়ন সংগঠনত সুনীল ডেকা
▶️খাদী আৰু গ্ৰামোদ্যোগত নিযুক্তি ডাঃ কমলা কলিতাক
▶️আৰ্টফেডৰ অধ্যক্ষৰ দায়িত্ব নাথুৰাম বড়োক
▶️APGCLৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ।।

You might also like
Leave A Reply

Your email address will not be published.