নিলামতো শীৰ্ষত লাভলীনাৰ গ্লোভচ!

খেলুৱৈৰ সামগ্ৰী নিলাম কৰি ১০ কোটি অৰ্জন চৰকাৰৰ। অলিম্পিক, পেৰালিম্পিক খেলুৱৈৰ সামগ্ৰী নিলাম কৰিছিল চৰকাৰে। খেলুৱৈসকলে প্ৰধানমন্ত্ৰী মোদীক উপহাৰ দিছিল সামগ্ৰীসমূহ। নিলামত সৰ্বাধিক দামত বিক্ৰী হল লাভলিনা বৰগোঁহাইৰ গ্লোভছযোৰ। ১.৯২ লাখ টকাত বিক্ৰী লাভলিনাৰ গ্লোভছ। নিলামত নিৰাজ চোপ্ৰাৰ জেভলিন বিক্ৰী হল ১.৫৫ লাখ টকাত।নিলামত লাভ কৰা ধন গংগা পৰিস্কাৰত খৰচ কৰা হব।।

You might also like
Leave A Reply

Your email address will not be published.