নিষ্ঠুৰ পৌৰ বিষয়াৰ বিৰুদ্ধে এজাহাৰ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

টংলা পৌৰ সভাৰ বিৰুদ্ধে টংলা আৰক্ষী থানাত এজাহাৰ। বগলীৰ আবাসস্থল ধ্বংসৰ নিৰ্দেশ দি শতাধিক বগলী পোৱালীৰ মৃত্যুৰ বাবে জগৰীয়া টংলা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া শান্তনু দাসৰ বিৰুদ্ধে আৰক্ষী থানাত শুকুৰবাৰে এজাহাৰ দাখিল কৰে টংলাৰ ফৰেষ্ট বীট অফিচাৰ তোলেন স্বৰ্গীয়াৰীয়ে। বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ উলংঘাৰ অভিযোগত এই আইনৰ ৫১ নং ধাৰাৰ অধীনত পৌৰ বিষয়া জনৰ বিৰুদ্ধে শাস্তিমুলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বন বিষয়া গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.