পশ্চিমীয়া হেঁচাত স্থগিত তালিবানৰ শপত গ্ৰহণ

পশ্চিমীয়া দেশসমূহৰ হেঁচাত শপতগ্ৰহণ স্থগিত ৰাখিলে তালিবানে। আজি শপত গ্ৰহণ কৰাৰ কথা আছিল তালিবানৰ নতুন চৰকাৰে। আজিৰ দিনটোতে আল কায়দাই আক্ৰমণ কৰিছিল আমেৰিকা আৰু ৱৰ্ল্ড ট্ৰেড চেন্টাৰ। আল কায়দাৰ আক্ৰমণত নিহত হৈছিল ৩হাজাৰৰো অধিক লোক।

You might also like
Leave A Reply

Your email address will not be published.