পুনৰ এক অসম কণ্যাৰ আকাশলংঘী সাফল্য

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যাৰ বিজয় ধ্বজা। ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত কাছাৰৰ মাৰিয়া বেগম। মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰা মাৰিয়া বেগমৰ সাফল্যত সম্প্ৰতি কাছাৰত উলাহৰ বন্যা।।

You might also like
Leave A Reply

Your email address will not be published.