পুনৰ দুদিনলৈ বন্ধ যোৰহাট

যোৰহাটত পুনৰ বৃদ্ধি কঠোৰ লকডাউন। বুধবাৰ আৰু বৃহস্পতিবাৰেও বন্ধ থাকিব জিলাখনৰ গেলামাল, পাচলি, ফল-মূলৰ দোকানকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান। খোলা থাকিব কেৱল ফাৰ্মাচী।জিলা প্ৰশাসনে আজি এই বিষয়ে নিৰ্দেশ জাৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.