পুনৰ বিএমআই পৰীক্ষা আৰম্ভ ‘মেদবহুল’ অসম আৰক্ষী জোৱানৰ বাবে

যোৰহাট, শিলচৰ আৰু গুৱাহাটীত ১৮৮৪ জন আৰক্ষী জোৱানৰ বি এম আইৰ পৰীক্ষা

নিউজ ডেস্ক:

পুনৰ বিএমআই পৰীক্ষা আৰম্ভ ‘মেদবহুল’ অসম আৰক্ষী জোৱানৰ বাবে। যোৰহাট, শিলচৰ আৰু গুৱাহাটীত ১৮৮৪ জন আৰক্ষী জোৱানৰ বি এম আইৰ পৰীক্ষা। মঙলবাৰৰ পৰা “মেদবহুল” অসম আৰক্ষীৰ জোৱানৰ বডি মাছ ইনডেক্স (বিএমআই)ৰ পুনৰ পৰীক্ষা আৰম্ভ হোৱা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। এই মূল্যায়নৰ লক্ষ্য হৈছে আৰক্ষী বাহিনীৰ ফিটনেছ উন্নত কৰা ।

ৰাজ্য আৰক্ষীয়ে যোৱা বছৰৰ আগষ্ট মাহত আৰক্ষী কৰ্মীৰ বিএমআই পৰীক্ষা কৰিছিল। বডি মাছ ইনডেক্স হৈছে এজন ব্যক্তিৰ উচ্চতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ওজনৰ জোখ।।

You might also like
Leave A Reply

Your email address will not be published.