পেৰাঅলিম্পিকত ভাৰতলৈ পঞ্চমটো স্বৰ্ণ

টকিঅ’ পেৰাঅলিম্পিকত ভাৰতৰ পঞ্চমটো স্বৰ্ণজয়। বেডমিন্টনত স্বৰ্ণ জয় কৃষ্ণ নাগৰৰ। আনহাতে বেডমিন্টনত ৰূপৰ পদক জয়েৰে ইতিহাস ৰচিলে সুহাস য়থিৰাজে। পেৰাঅলিম্পিকত পদক জয় কৰা সুহাস য়থিৰাজ প্ৰথমজন IAS বিষয়া। টকিঅ’ পেৰাঅলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ১৯ লৈ বৃদ্ধি। পদক তালিকাত ২৪ নম্বৰ স্থানলৈ উন্নতি ভাৰত।।

You might also like
Leave A Reply

Your email address will not be published.