পেৰালিম্পিকত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

চলিত টকিঅ’ পেৰালিম্পিকত ভাৰতলৈ তৃতীয়টো স্বৰ্ণ। ৫০ মিটাৰ ৰাইফল শ্বুটিঙত স্বৰ্ণ জয় মণিষ নৰৱালৰ। ইফালে শ্বুটাৰ অৱনী লেখাৰাৰ পাছত চলিত পেৰালিম্পিকত ২ টাকৈ পদক জয় আন এজন ভাৰতীয়ৰ। এয়াৰ ৰাইফলত ৰূপৰ পদক অৰ্জন কৰি একেখন অলিম্পিকত ২ টা পদক লাভৰ দ্বিতীয়টো অভিলেখ ৰচিলে ভাৰতীয় শ্বুটাৰ সিংঘৰাজে।।

You might also like
Leave A Reply

Your email address will not be published.