প্ৰথম গৰাকী মহিলা IGP পদত ভায়’লেট বৰুৱা

অসমৰ প্ৰথম মহিলা IGP পদত ভায়’লেট বৰুৱা।২০০৪ বেটচৰ IPS গৰাকীক আজি IGP পদলৈ পদোন্নতি দিয়া হৈছে।ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে সন্মানিত ভায়’লেট বৰুৱাই ২০১৮ চনত ৰাজ্যৰ প্ৰথমগৰাকী DIG ৰূপে নিযুক্তি লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.