প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ মৃত্যু

প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ মৃত্যু।১৯৮৩ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শকীয়াৰ আমোলত কেবিনেট মন্ত্ৰী আছিল আব্দুল মুহিব মজুমদাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাও আছিল প্ৰয়াত মজুমদাৰ।১৯৮৫ চনত অসম চুক্তিৰ খছৰা প্ৰস্ত্ততিতো জড়িত আছিল আব্দুল মুহিব মজুমদাৰ।।

You might also like
Leave A Reply

Your email address will not be published.