পৰীক্ষাৰ মূল্যাংকনক লৈ ক্ষুদ্ধ আছু নেতৃত্ব

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

পৰীক্ষাৰ মূল্যাংকনক লৈ চৰকাৰী কমিটিৰ সিদ্ধান্তত ক্ষুদ্ধ সদৌ অসম ছাত্ৰ সন্থা।পৰীক্ষা অনুষ্ঠিত কৰনক লৈ আছুৰ পৰামৰ্শ নমনাৰ অভিযোগ।মাৰ্কশ্বিটৰ দ্বাৰা চাকৰি নোপোৱাৰ ৫ নং দফা প্ৰত্যাহাৰৰ দাবী। দুখন মাৰ্কশ্বিট, ৰেংক মিলোৱা কাৰ্য মানি নোলোৱাৰ হুংকাৰ। ৩ টা বিভাগ থাকি ষ্টাৰ,ডিষ্টিংচন নাথাকিলে কেনেকৈ হ’ব?- সংবাদমেলত প্ৰশ্ন আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দিপাংক নাথৰ। পৰীক্ষাৰ মূল্যাংকন সন্দৰ্ভত পুনৰবিবেচনাৰ বাবে মুখ্যমন্ত্ৰীক আনুষ্ঠানিক পত্ৰ প্ৰদানৰো সিদ্ধান্ত আছু নেতৃত্বৰ।

You might also like
Leave A Reply

Your email address will not be published.