বছৰৰ প্ৰথম তুষাৰপাত

লাডাখ আৰু জম্মু কাশ্মীৰত বছৰৰ প্ৰথমটো তুষাৰপাত আৰম্ভ । কেন্দ্ৰীয় শাসিত দুই অঞ্চলতে নিম্নগামী হৈছে পাৰা স্তম্ভ । উচ্চতাত থকা পৰ্বতীয়া এলেকাসমূহ গোট মাৰিছে প্ৰচণ্ড শীতত। শুভ্ৰতা বিৰাজ কৰিছে একাংশ অঞ্চলত। ২’ ছেলছিয়াছলৈ হ্ৰাস পাইছে তাপমাত্ৰা। আনহাতে বৰফৰ ডাঠ তৰপে ঢাকি ধৰিছে অমৰনাথ।।

You might also like
Leave A Reply

Your email address will not be published.