বন্ধ নহয় পেট্ৰল পাম্প

প্ৰশাসনৰ সৈতে আলোচনাৰ পাছত উত্তৰ পূব পেট্ৰলিয়াম ডিলাৰ্চ এচ’ছিয়েছনৰ সিদ্ধান্ত। বন্ধ নহয় পেট্ৰল পাম্প। শুকুৰবাৰৰ পৰা ৪৮ ঘন্টীয়া তেল ডিপো বন্ধৰ আহ্বান জনাইছিল এচ’ছিয়েছনৰ গুৱাহাটী শাখাই।অৱশেষত প্ৰশাসনৰ সৈতে বুজা পৰাৰ মাজেৰে বন্ধ প্ৰত্যাহাৰ।

You might also like
Leave A Reply

Your email address will not be published.