বহিঃৰাজ্যত উদ্ধাৰ অসমৰ ৩ নবালিকা

পুনৰ বহি:ৰাজ্যত উদ্ধাৰ অসমৰ নবালিকা। মুম্বাইৰ কল্যানৰ পৰা উদ্ধাৰ হৈছে তিনি নবালিকা।অসমৰ হৰিশিঙা আৰু ওডালগুৰিৰ পৰা লৈ যোৱা হৈছিল এই তিনি নবালিকাক। জানিব পৰা মতে,দৰং জিলাৰ দলগাঁৱৰ কুৰবান আলি নামৰ এক ব্যক্তিয়ে নবালিকা কেইগৰাকীক মুম্বাইলৈ লৈ গৈছিল।ইতিমধ্যে,আৰক্ষীয়ে কুৰবান আলিক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.