বানত বিধ্বস্ত ইউৰোপ!

ইন্টাৰনেচনেল ডেস্ক-

জার্মানীকে ধৰি কেইবাখনো ইউৰোপীয় দেশত প্রলয়ংকৰী বানত প্রাণ হেৰুৱাইছে ১২৬গৰাকী লোকে৷ জার্মানীৰ পশ্চিম প্রান্তৰ প্রদেশ ৰাইনলেণ্ড–পেলাটিনেট্ প্রদেশৰ প্রধানমন্ত্রী মালু ড্রেয়াৰে জনোৱা অনুসৰি এতিয়ালৈকে প্রদেশখনত ৬০গৰাকীতকৈ অধিক লোকে প্রাণ হেৰুৱাইছে৷ মুষলধাৰ বৃষ্টিপাতে সৃষ্টি কৰা এই ভয়াৱহ বানৰ ফলত জার্মানীত কেইবাখনো চহৰৰ বহু আৱাসিক প্রাসাদ বিধ্বস্ত হৈছে৷ কেইবাশ গাড়ী উটুৱাই নিছে পানীৰ কোবাল সোঁতে৷

You might also like
Leave A Reply

Your email address will not be published.