বাহনৰ খুন্দাত মৃত্যু নাহৰফুটুকীৰ

সোনাপুৰত শোকাৱহ ঘটনা।নিশা বাহনৰ খুন্দাত মৃত্যু নাহৰফুটুকীৰ।খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল বাঘটো।সোনাপুৰৰ ডিচাং ৰিজ’ৰ্টৰ সমীপত সংঘটিত হয় এই কৰুণ ঘটনা।

You might also like
Leave A Reply

Your email address will not be published.