‘বিগ বছ’ খ্যাত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ অকাল মৃত্যু

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতা গৰাকীৰ। মাত্ৰ ৪০ বছৰ বয়সত মুম্বাইৰ কাপুৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে। বিগ বছ ১৩ৰ বিজয়ী আছিল সিদ্ধাৰ্থ শুক্লা। অভিনেতা গৰাকীৰ অকাল মৃত্যুত শোকস্তব্ধ দেশৰ সাংস্কৃতিক মহল।।

You might also like
Leave A Reply

Your email address will not be published.