বিশ্ব টেষ্টত ধৰাশায়ী টীম ইণ্ডিয়া

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতক ধৰাশায়ী কৰি নিউজিলেণ্ডৰ খিতাপ দখল। ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ১৩৯ ৰানৰ লক্ষ্য সহজেই অতিক্ৰম নিউজিলেণ্ডৰ। বেটে বলে শোচনীয় প্ৰদৰ্শন টীম ইণ্ডিয়াৰ। ভাৰতৰ নিৰ্ধাৰিত লক্ষ্য ২ উইকেটৰ বিনিময়ত অতিক্ৰম নিউজিলেণ্ডৰ। প্ৰথমবাৰলৈ অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ইংলেণ্ডৰ ছাউদাম্পটনৰ এজেছ বাউলৰ ফাইনেল খেলত বৰষুণেও শেষ ৰক্ষা কৰিব নোৱাৰিলে টীম ইণ্ডিয়াক। ।

You might also like
Leave A Reply

Your email address will not be published.