বিহাৰৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ

বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ বিস্ফোৰণ। জানিব পৰা মতে, নুডল নিৰ্মাণ কাৰখানাত বয়লাৰ মেচিন বিস্ফোৰণ হোৱাৰ ফলত কমেও ৬ জন শ্ৰমিক নিহত আৰু ১২ জনৰো অধিক লোক আহত হয়। ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান চলি আছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।।

You might also like
Leave A Reply

Your email address will not be published.