বোকাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা। Y2K ধাৱাৰ সন্মুখত বোকাখাত নগৰ অভিমুখে ৰখাই থোৱা বাঁহ ভৰ্তি ট্ৰাকত পিছফালৰ পৰা খুন্দা চাহপাত ভৰ্তি 407 বাহনৰ। এজনৰ থিতাতে মৃত্যু। বাঁহ ভৰ্তি ট্ৰাক খনৰ নম্বৰ NL01k7222 আৰু চাহপাত কঢিয়াই অনা বাহন খনৰ নম্বৰ AS05C2527।মৃত লোকজন চাহপাত কঢিয়াই অনা বাহন খনৰ হেন্দিমেন। এতিয়ালৈকে পৰিচয় লাভ কৰা নাই।।

You might also like
Leave A Reply

Your email address will not be published.