বোকাজানত মাৰনাস্ত্ৰ সহ এজনক আটক

বোকাজানত মাৰনাস্ত্ৰ সহ এজনক গ্ৰেপ্তাৰ।ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁও মাৰ্কেটত আৰক্ষীৰ এই অভিযান।এটা পইন্ট 303 ৰাইফলৰ লগতে ৩ ৰাউণ্ড সজীৱ গুলী, মেগাজিন সহ লংকি ৰংহাং ওৰফে থেংছো নামৰ লোকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।ধৃত লোকজনৰ ঘৰ মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত বৰজান ইংলেং গাঁৱত।।

You might also like
Leave A Reply

Your email address will not be published.