ব্যাহত নহয় বিদ্যুৎ যোগানঃAPDCL

APDCLৰ শক্তিৰ নাটনি সন্দৰ্ভত টুইট। পৰ্যাপ্ত শক্তি মজুত আছে APDCLৰ।গ্ৰাহকক ব্যাঘাত বিহিন ভাবে বিদ্যুৎ যোগান ধৰিবলৈ দায়বদ্ধ APDCL কৰ্তৃপক্ষ।উৰাবাতৰিত ভোল নাযাবলৈ গ্ৰাহকক আহ্বান।

You might also like
Leave A Reply

Your email address will not be published.