বৰেণ্য শিক্ষাবিদ নিৰু হাজৰিকাৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ নিৰু হাজৰিকাৰ দেহাৱসান। ডি লিট সন্মান প্ৰাপক উত্তৰ-পূৱৰ প্ৰথমগৰাকী মহিলা প্ৰয়াত নিৰু হাজৰিকা।গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত তেওঁৰ একালৰ ছাত্ৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.