ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল তুৰা

মেঘালয়ৰ তুৰাত ভয়ংকৰ চিলিণ্ডাৰ বিষ্ফোৰণ । বিষ্ফোৰণত ভষ্মীভূত ৬ খন ব্যৱসায়িক প্ৰতিষ্ঠান। দক্ষিণ শালমাৰাৰ চৌধুৰী বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। জুইত জাহ গৈছে ২০ লক্ষাধিক টকাৰ সা সম্পত্তি । এই পৰ্যন্ত পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ প্ৰকৃত উৎস ।

You might also like
Leave A Reply

Your email address will not be published.