ভয়ংকৰ দুৰ্ঘটনা

ৰাজস্থানৰ আজমেৰত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাক আৰু তেলৰ টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়। সংঘৰ্ষত থিতাতে নিহত ৪ জন। দুৰ্ঘটনাৰ পাছতেই জুয়ে আৱৰি ধৰে দুয়োখন বাহন।।

You might also like
Leave A Reply

Your email address will not be published.