ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৫৩

দক্ষিণ মেক্সিকোত ভয়ংকৰ পথ দুৰ্ঘটনা।এখন কাৰ্গো ট্ৰাকে ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰীক মহতীয়াই খুন্দা মাৰে পথৰ কাষৰ দলঙত। এই ঘটনাত ৫৩ গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে চিকিৎসাধীন হৈ জীৱন-মৃত্যুৰে যঁজি আছে আন ৫৪ গৰাকীকৈ লোকে।।

You might also like
Leave A Reply

Your email address will not be published.