ভূমিকম্পত বিধ্বস্ত জাপান

প্ৰবল ভূমিকম্পত বিধ্বস্ত জাপানৰ ৰাজধানী টকিঅ’ । ভূমিকম্পত চহৰখনৰ লগতে উপকণ্ঠ অঞ্চলতো বিস্তৰ ক্ষতি । ২৮ গৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আহত ২৫ গৰাকী । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১। ভূমিকম্পৰ কেন্দ্ৰস্থল টকিঅ’ৰ পূবৰ চিবা প্ৰদেশৰ ভূ-গৰ্ভৰ ৮০ কিলোমিটাৰ তলত বুলি ভূ বিজ্ঞানীৰ সুত্ৰত প্ৰকাশ । নিশা ১২ বজাত অসমতো অনুভূত ভূমিকম্পৰ জোকাৰণি।।

You might also like
Leave A Reply

Your email address will not be published.