ভয়ংকৰ ভূমিকম্পই জোকাৰি গল ম্যানমাৰ!

ভয়ংকৰ ভূমিকম্পই জোকাৰি গল ম্যানমাৰ। ৰবিবাৰে পুৱা ৭:৫৬ বজাত (ভাৰতীয় সময়মতে) ৰিখটাৰ স্কেলত ৫.০ প্ৰাবল্যৰ ভূমিকম্পটোয়ে জোকাৰি যায় ম্যানমাৰৰ য়ৱাংগান টাউনশ্বিপক।ভূমিকম্পৰ কেন্দ্ৰস্থল ইয়াংগানৰ পৰা ২৬০ কিলোমিটাৰ দক্ষিণ পশ্চিমত আৰু ১০ কিলোমিটাৰ গভীৰতাত । খৱৰটো সদৰি কৰে নেচনেল চেণ্টাৰ অৱ চিচমোলজি (এনচিএছ)য়ে। এই পৰ্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।।

You might also like
Leave A Reply

Your email address will not be published.