মণিপুৰত উগ্ৰপন্থীৰ ভয়ংকৰ এম্বুছ!

অসম ৰাইফলছৰ কনভয়ত উগ্ৰপন্থীৰ ভয়ংকৰ এম্বুছ।মনিপুৰৰ চূড়াচান্দপুৰত সংঘটিত এই ভয়ংকৰ ঘটনা।ভয়ংকৰ আক্ৰমণত পত্নী-পুত্ৰ সহ নিহত অসম ৰাইফলছৰ কমাণ্ডিং বিষয়া বিপ্লৱ ত্ৰিপাঠী।দিনৰ ১০ বজাত সংঘটিত এই ভয়ংকৰ এম্বুছত ৭ জন নিহত।উগ্ৰপন্থী সংগঠন PLA ৰ দ্বাৰা এই আক্ৰমণৰ সন্দেহ।।

You might also like
Leave A Reply

Your email address will not be published.