মহানগৰীত দুৰ্নীতি নিবাৰকৰ জালত লাটমণ্ডল

মহানগৰীত গ্ৰেপ্তাৰ শোণিতপুৰৰ লাটমণ্ডল। ভঙাগড় উৰণিয়া সেঁতুৰ সমীপত গ্ৰেপ্তাৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ঠেলামাৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ লাটমণ্ডল গুলজাৰ হুছেইনক।ঠেলামাৰাৰ দুগৰাকী ব্যৱসায়িক ৮ লাখ টকা দাবী কৰা অবস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে আটক কৰে লাটমণ্ডল জনক।।

You might also like
Leave A Reply

Your email address will not be published.