মহানগৰীত নিচাযুক্ত টেবলেট সহ মিজোৰামৰ মহিলাক আটক

মহানগৰীত নিচাযুক্ত টেবলেট সহ মিজোৰামৰ মহিলাক আটক।অসম আৰক্ষীৰ বিশেষ শাখাৰ খবৰৰ ভিত্তিত পূৱ গুৱাহাটী আৰক্ষী সংমণ্ডলৰ তৎপৰতাত ভঙাগড়ৰ কুঞ্জলতা লজত বাহৰ পাতি থকা আইজলৰ খুমি খাউং নামৰ মহিলা গৰাকীক ৮,৫০০ টা নিচাযুক্ত টেবলেট সহ আটক কৰা হয়।মহিলা গৰাকীয়ে ছিলঙৰ পৰা আহি মহানগৰীত বাহৰ পাতিছিল বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ। অধিক তথ্যৰ বাবে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.