মহানগৰীৰ পল্লৱী মটৰ্ছত কৰ্মচাৰীৰ আত্মহত্যা!

মহানগৰীৰ ABC অঞ্চলৰ পল্লৱী মটৰ্ছত চাঞ্চল্য। প্ৰতিষ্ঠানটোৰ টয়লেটত চীপ লোৱা অবস্থাত উদ্ধাৰ এজন যুৱ কৰ্মচাৰীৰ মৃতদেহ। মৃত যুৱকজন লখিমপুৰৰ বিদ্যুৎ বিকাশ দত্ত। প্ৰতিষ্ঠানটোত ছেলছ মেনেজাৰ ৰূপে কৰ্মৰত আছিল যুৱকজন।ঘটনাৰ ৰহস্য বিছাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।।

You might also like
Leave A Reply

Your email address will not be published.