মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা

????মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা

????নিমাতীৰ পৰা কমলাবাৰী অভিমুখি যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত

????ভৰা লুইতৰ বুকুত টিপকাই নামৰ জাহাজ খনেৰে মুখামুখী সংঘৰ্ষ

????দুৰ্ঘটনাত বহু নাও যাত্ৰীৰ মৃত্যুৰ আশংকা

????এই মূহুৰ্তলৈ ‘মা কমলা’ নামৰ দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ ১৫ জন যাত্ৰীক উদ্ধাৰ

????ঘটনাস্থলীত উপস্থিত হৈছেগৈ আৰক্ষী-প্ৰশাসনৰ লোক

????ঘটনাস্থলীত উপস্থিত SDRF-NDRFৰ লোক।।

You might also like
Leave A Reply

Your email address will not be published.