মাজুলীৰ ফেৰী দুৰ্ঘটনাত কৰুণ মৃত্যু যুৱতী প্ৰবক্তাৰ

মাজুলীত ভয়ংকৰ ফেৰী দুৰ্ঘটনাত কৰুণ মৃত্যু যুৱতী প্ৰবক্তা।সংকটজনক অৱস্থাত পানীৰ পৰা উদ্ধাৰৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা যুৱতী গৰাকী মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা পৰিমীতা দাস।৭ মাহ পূৰ্বে মাজুলীৰ মহাবিদ্যালয়ত যোগদান কৰা পৰিমীতা দাসৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত।

You might also like
Leave A Reply

Your email address will not be published.