মাৰিয়পোলৰ থিয়েটাৰ গৃহত ভয়ংকৰ বিষ্ফোৰণ!

বন্দৰ চহৰ মাৰিয়পোলৰ থিয়েটাৰ গৃহত ভয়ংকৰ বিষ্ফোৰণ। ডনেটস্ক থিয়েটাৰত হোৱা বোমা বিস্ফোৰণত মৃত্যু প্ৰায় ৩০০ জন লোকৰ। উল্লেখ্য যে এইটো এতিয়ালৈকে প্ৰাণহানি হোৱা ৰাছিয়াৰ বৃহত্তম আক্ৰমণ । প্ৰায় ১,৩০০ জন লোকে ৰাছিয়াৰ গুলীবৰ্ষণৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ উক্ত থিয়েটাৰ গৃহত আশ্ৰয় লৈছিল। বিষ্ফোৰণৰ পিছত তেওঁলোকৰ মাত্ৰ ১৫০ জন লোকে ধ্বংসস্তূপৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

You might also like
Leave A Reply

Your email address will not be published.