আজি পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল পবিতৰা অভয়াৰণ্য । এতিয়াৰে পৰা পুনৰ দেশী বিদেশী পৰ্যটকৰ ৰম্যভূমি হ’ব এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা ।২০২১- ২২ পৰ্য্যটন বৰ্ষৰ বাবে অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
মুকলি হ’ল পবিতৰা
You might also like