মুখ্যমন্ত্ৰী আৰু কাগজকলৰ কৰ্মচাৰীৰ আলোচনাত সহমত
????️আলোচনাত সহমতৰ পিছতে ৫৭০ কোটিৰ সাহায্য পেকেজ
????️PF, গ্ৰেছুইটী, পেন্সনৰ সম্পূৰ্ণ ধন পাব কৰ্মচাৰীয়ে
????️৫৮ বছৰ বয়সৰ সকলো কৰ্মচাৰীয়ে পাব পেন্সন
????️চৰকাৰী চাকৰী দিয়া হ’ব HPC ৰ ১০০ যুৱ কৰ্মচাৰীক
????️যোগত্যা অনুসৰি নিযুক্তি দিয়া হ’ব চৰকাৰী পদত
????️HPCৰ অধীনস্থ চিকিৎসালয়ৰ ডাক্তৰ-নাৰ্ছলৈ স্থায়ী চাকৰি
????️HPCৰ স্বাস্থ্যখণ্ডৰ সকলো কৰ্মচাৰীলৈ চাকৰি
????️HPCৰ ঠিকাভিক্তিক ডাক্তৰ-নাৰ্ছক দিয়া হ’ব নিযুক্তি
????️NHMত ঠিকাভিক্তিক পদত নিযুক্তি দিয়া হ’ব
????️বীমা প্ৰিমিয়াম, গৃহঋণৰ EMI দিব চৰকাৰে
????️২৪ মাহৰ দৰমহা পাব HPCৰ অধীনস্থ বিদ্যালয়ৰ শিক্ষকে
????️HPCৰ ঠিকাভিক্তক কৰ্মচাৰীলৈ বিশেষ সাহায্য পেকেজ
????️কাগজকলৰ আৱাসগৃহ খালী কৰিলেহে পাব সুবিধা
????️ঘৰ খালী কৰাৰ বাবে এমাহৰ অতিৰিক্ত সময়
????️উপায়ুক্তৰ অনুমতি সাপেক্ষে দিয়া হ’ব অতিৰিক্ত সময়
????️কৰ্মচাৰীয়ে দুমাহৰ ভিতৰত লাভ কৰিব প্ৰাপ্য ধন।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like