মৃত্যু উপত্যকাত পৰিনত চিয়েৰা লিয়ন

চিয়েৰা লিয়নৰ ৰাজধানীৰ ওচৰত এটা গেছ ষ্টেচনত তেলৰ টেংকাৰ বিস্ফোৰণ। তেলৰ টেংকাৰ বিস্ফোৰণৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। আনহাতে লিক কৰা ইন্ধন সংগ্ৰহ কৰিবলৈ বৃহৎ জনসমাগম হৈছিল বুলি জানায় প্ৰত্যক্ষদৰ্শীয়ে।

প্ৰাপ্ত খৱৰ মতে, এটা মুখ্য ডাউনটাউন চাৰিআলিত এখন ৪০ ফুট দীঘল তেলৰ ট্ৰাকে আন এখন বাহনৰ সৈতে সংঘৰ্ষ কৰাৰ পিছত এই বিস্ফোৰণটো সংঘটিত হয়। কতৃপক্ষই জনোৱা মতে চৰকাৰী শৱগৃহত বিষ্ফোৰণত নিহত ৯১ টা মৃতদেহ ৰখা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.