মেট্ৰিক, হাই মাদ্ৰাছা বিশেষ পৰীক্ষাৰ ফলাফল

ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল।মুঠ ২২৮৩৬ গৰাকী পৰীক্ষাৰ্থীয়ে কৰিছিল বিশেষ পৰীক্ষাৰ আবেদন। ১৯৩০৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল বিশেষ পৰীক্ষাত।হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৮৮৭৮ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ ১৩৪২১ গৰাকী।হাই মাদ্ৰাছাত অবতীৰ্ণ ৪৯০ পৰীক্ষাৰ্থীৰ ৩৪৯ গৰাকী উত্তীৰ্ণ।

You might also like
Leave A Reply

Your email address will not be published.