মেলেৰিয়াৰ প্ৰথমটো প্ৰতিষেধকত অনুমোদন

মেলেৰিয়াৰ প্ৰথমটো প্ৰতিষেধকক অনুমোদন বিশ্ব স্বাস্হ্য সংস্থাৰ। আফ্ৰিকাত সম্পন্ন মেলেৰিয়াৰ ভেকচিনৰ সফল পৰীক্ষণ। প্ৰায় ৮ লাখৰো অধিক শিশুৰ ওপৰত সম্পন্ন ভেকচিনৰ পৰীক্ষণ। ৫ মাহৰ ওপৰৰ শিশুক intramuscular পদ্ধতিৰে দিয়া হ’ব মেলেৰিয়াৰ প্ৰথমটো ভেকচিন। একে পদ্ধতিৰে ৪ পালিকৈ গ্ৰহণ কৰিব লাগিব ভেকচিন। Mosquirix ভেকচিনবিধৰ বাণিজ্যিক নাম।।

You might also like
Leave A Reply

Your email address will not be published.