মোডী মন্ত্ৰীসভাত কি দপ্তৰ দিলে সৰ্বানন্দ সোণোৱালক?

মোডীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ। পূৰ্বৰ ৫৩ জনৰ ঠাইত ৭৪ জনলৈ বৃদ্ধি মন্ত্ৰীসভাৰ সদস্য। ১৫ গৰাকীক বিতাড়ন কৰি ৩৬ নতুন মুখৰ অন্তৰ্ভুক্তি মোডী মন্ত্ৰীসভাত।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান। সোনোৱালক দিয়া হ’ল বন্দৰ,জাহাজ, জলপথ আৰু আয়ুষ দপ্তৰৰ দায়িত্ব। অসমৰ আনজন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ পূৰ্বৰ দপ্তৰ সলনি।তেলীক গতোৱা হ’ল পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব।

You might also like
Leave A Reply

Your email address will not be published.