ভয়ংকৰ ভূমিকম্পই কঁপালে নিকোবৰ দ্বীপপুঞ্জ!

নেচনেল ডেস্ক:

য়ংকৰ ভূমিকম্পই কঁপালে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। আজি পুৱা প্ৰায় ৫:০৭ বজাত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্টব্লেয়াৰ অঞ্চলত সংঘটিত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত ৫.০ প্ৰাবল্যৰ আছিল ভূমিকম্পটো। নেচনেল চেণ্টাৰ ফৰ চিচমোল’জিয়ে টুইটাৰযোগে সদৰি কৰে এই তথ্য। ভূমিকম্পত কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।।

You might also like
Leave A Reply

Your email address will not be published.