যোৰাবাটত জব্দ ৪.৫ কোটিৰ ড্ৰাগছ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ আন এক বৃহৎ সফলতা।পুৱতি নিশা যোৰাবাটত আৰক্ষীৰ অভিযানত জব্দ ৪.৫ কোটি টকাৰ ড্ৰাগছ।৬৬০ গ্ৰাম হেৰ’ইন সহ আৰক্ষীৰ জালত পৰিল মণিপুৰৰ ২ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ এই সফলতাক অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।।

You might also like
Leave A Reply

Your email address will not be published.