লাভলীনাক কি কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে?

????অলিম্পিকত ইতিহাস ৰচা লাভলীনাক ১ কোটি টকা পুৰস্কাৰ ৰাজ্য চৰকাৰৰ
????পেৰিচ অলিম্পিক পৰ্যন্ত মাহে ১ লাখ টকাকৈ বৃত্তি ঘোষণা
????অসম আৰক্ষী DSPৰ চাকৰি
????সৰুপথাৰত ২৫ কোটি টকাৰে লাভলীনাৰ নামত ক্ৰীড়া প্ৰকল্প
????গুৱাহাটীত এটা পথ নামকৰণ হ’ব লাভলীনাৰ নামেৰে
????লাভলীনাক অলিম্পিক পৰ্যন্ত আগুৱাই দিয়া ৪ প্ৰশিক্ষকলৈ ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতাৰ চিনস্বৰূপে ১০ লাখকৈ টকা অনুদান ।।

You might also like
Leave A Reply

Your email address will not be published.