শাৰদীয় বতৰত এটা সুখবৰ!

শাৰদীয় উৎসৱৰ বতৰত সুখবৰ! শিশু,কিশোৰ-কিশোৰীক ক’ভাক্সিন প্ৰতিষেধক প্ৰদানত অনুমোদন। ২ৰ পৰা ১৮ বছৰ বয়সৰ শিশু,কিশোৰ-কিশোৰীয়ে ল’ব পাৰিব দেশত ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা এই ক’ভিড ভেকচিন। এই অনুমোদন প্ৰদান কৰিছে ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অব ইণ্ডিয়া(DCGI)ই।।

You might also like
Leave A Reply

Your email address will not be published.