শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ তিথি আৰম্ভ আৰু অন্তসূচী ।।
ড° প্ৰবোধ শৰ্মা।
( ক ) ষষ্ঠী তিথি আৰম্ভ ১০ আহিন ২৭ ছেপ্টেম্বৰ ২০২৫ শনিবাৰে দুপৰীয়া ২/৩/২৮ ত আৰু অন্ত ১১ আহিন ,২৮ ছেপ্টেম্বৰ ২০২৫ দেওবাৰে দুপৰীয়া ২/২৭/৪১ সময়ত ।
( খ ) সপ্তমী তিথি আৰম্ভ ১১ আহিন ২৮ ছেপ্টেম্বৰ ২০২৫ দেওবাৰে দুপৰীয়া ২/২৭/৪১ সময়ত আৰু ১২ আহিন ২৯ ছেপ্টেম্বৰ ২০২৫ সোমবাৰে আবেলি ৪/৩১/১০ সময়ত অন্ত ।
( গ ) অষ্টমী তিথি আৰম্ভ ১২ আহিন ২৯ ছেপ্তম্বৰ ২০২৫ সোমবাৰে আবেলি ৪/৩১/১০ সময়ত আৰু অন্ত ১৩ আহিন ৩০ ছেপ্টেম্বৰ ২০২৫ মঙ্গলবাৰে ৰাতি ৬/৬/৪০ সময়ত অন্ত ।
( ঘ ) নবমী তিথি আৰম্ভ ১৩ আহিন ১ অক্টোবৰ ২০২৫ মঙ্গলবাৰে ৰাতি ৬/৬/৪০ সময়ত আৰু ১৪ আহিন ২ অক্টোবৰ অন্ত ১৪ আহিন ২ অক্টোবৰ বুধবাৰে ৰাতি ৭/১/৫২ সময়ত অন্ত ।
( ঙ ) দশমী তিথি আৰম্ভ ১৪ আহিন , ২ অক্টোবৰ বুধবাৰে ৰাতি ৭/১/৫২ সময়ত আৰু ১৬ আহিন ২ অক্টোবৰ বৃহস্পতিবাৰে ৰাতি ৭/১০/১২ সময়ত ।
—————————————
শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ বোধনৰ পৰা অপৰাজিত পূজালৈ সময় সূচী
১) ১০ আহিন , ২৭ ছেপ্টেম্বৰ শনিবাৰে সায়ং সন্ধ্যা শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ বোধন।
২) ১১ আহিন ২৮ ছেপ্টেম্বৰ দেওবাৰে দুপৰীয়া ২/২৭/৪১ সময়ৰ ভিতৰত শ্ৰী শ্ৰী দুৰ্গা ষষ্ঠী ৰ কল্পাৰম্ভ , বেলবৰণ অধিবাস আমন্ত্ৰণ পূজা ।
৩) ১২ আহিন ২৯ ছেপ্টেম্বৰ সোমবাৰ আবেলি ৪/৩১/১০ সময়ৰ আগতে দুৰ্গা সপ্তমী বিহিত পূজা প্ৰশস্তা ,নপত্ৰিকা প্ৰবেশ আৰু স্থাপন , সপ্তমাদি কল্পাৰম্ভ ।
দেৱীৰ হাতীত আগমন – শস্য পুৰ্ণা বসুন্ধাৰা ।
৪)১৩ আহিন ৩০ ছেপ্টেম্বৰ মঙ্গলবাৰে ৰাতি ৬/৭/৪০ সময়ৰ ভিতৰত শ্ৰী শ্ৰী দুৰ্গা মহা অষ্টমী কল্পাৰম্ভ , কেৱল মহাষ্টমী আৰু অষ্টমী বিহিত পূজা প্ৰশস্তা ।।
গধূলি ৫/৪২/৪০ ৰ পৰা ৰাতি ৬/৩০/৪০ ৰ ভিতৰত সন্ধি পূজা পুৰ্ব্বক সিদ্ধি বন্তি প্ৰজ্বলন ।
ৰাতি ৬/৩০/৪০ ৰ পৰা জীৱ , মৎস্য আদি উৎসৰ্গা আৰু বলি । কুমাৰী পূজা অৰ্চনা পূজন ।
৫) ১৪ আহিন ১ অক্টোবৰ বুধবাৰে ( কালবেলা পুৱা ৮/২৫/৪৩ ৰ পৰা পুৱা ৯/৫৪/৩২ লৈ ) পুৱা ৮/২৫/৪৩ সময়ৰ আগত নতুবা পুৱা ৯/৫৪/৩২ যোৱাত শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ মহা নৱমী, বিহিত পূজা প্রশস্তা কেৱল মহা নবমী কল্পাৰম্ভ আৰু কুমাৰী পূজা , অৰ্চনা , পূজন
৬) ১৫ আহিন ২ অক্টোবৰ বৃহস্পতি বাৰে শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ দশমী বিহিত পূজা , দেৱী বিসৰ্জন , অপৰাজিত পূজা , মহা সেন্দুৰ উৎসৱ , শ্ৰী শ্ৰী দুৰ্গা ৰক্ষা কচ , কবাচাদি ধাৰণ ।
দেৱীৰ দোলাত গমন , মৰকং ভবেৎ , ( দোলাত গলে বিদ্ৰোহ হৈ প্ৰাণ হানিৰ শংঙ্কা ) ।
ড° প্ৰবোধ শৰ্মা ” বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকা ।।