শিল্পী জয় চন্দ্ৰ দাসৰ মৃত্যু

বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী জয় চন্দ্ৰ দাসৰ দেহাৱসান। ৰাজ্যৰ শিল্প-কলা ক্ষেত্ৰ খনলৈ বৰেণ্য অৱদান আগবঢ়াই যোৱা প্ৰবীণ শিল্পী গৰাকীৰ তেজপুৰৰ বাসভৱনত মৃত্যু ঘটে। যশস্বী শিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।।

You might also like
Leave A Reply

Your email address will not be published.