ষষ্ঠবাৰলৈ উইম্বলডনত আধিপত্য জক’ভিছৰ

উইম্বলডনত ষষ্ঠ বাৰলৈ পুৰুষৰ একক খিতাপ ন’ভাক জক’ভিছৰ শিৰত।ফাইনেলত ইটালীৰ মেটিঅ’ বেৰেটিনিক পৰাস্ত কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল জক’ভিছ।উল্লেখযোগ্য যে এই বিজয়েৰে ২০ টাকৈ গ্ৰেণ্ডশ্লেমৰ গৰাকী হ’ল ছাৰ্বিয়ান খেলুৱৈ গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.